सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
उदाहरण : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
पर्यायवाची : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ
अर्थ : বহুত ধন থকা কোষ বা স্থান
उदाहरण : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
पर्यायवाची : কোষ, কোষাগাৰ, খাজানা
अर्थ : সঞ্চিত ধন, জ্ঞান আদি
उदाहरण : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
पर्यायवाची : কোষ, খাজানা, নিধি
अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
उदाहरण :
पर्यायवाची : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
उदाहरण : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
पर्यायवाची : ভঁ্ৰাল, সাগৰ
इंस्टॉल करें