सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
उदाहरण : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
पर्यायवाची : খিয়াল, খেয়াল, ভাব, মনোভাব
अर्थ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
उदाहरण : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
पर्यायवाची : উগুল-থুগুল, খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনি, ভাৱনা
इंस्टॉल करें