पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভাল লগা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভাল লগা   ক্ৰিয়া

अर्थ : আনন্দ পাওঁতে অনুভৱ হোৱা

उदाहरण : এই দৃশ্যটো মোৰ ভাল লাগিছে

पर्यायवाची : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা

अर्थ : ৰুচিৰ অনুকূল হোৱা

उदाहरण : আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই

पर्यायवाची : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা

ভাল লগা   বিশেষণ

अर्थ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ

उदाहरण : এইখন মোৰ অতি প্রিয় গ্রন্থ

पर्यायवाची : অভিৰুচি, পছন্দ, প্রিয়, ৰুচি

चौपाल