सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে
उदाहरण : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই
पर्यायवाची : ভাল দৰে, সঠিক, সঠিক ভাৱে, সঠিককৈ
अर्थ : ভাল ধৰণেৰে
उदाहरण : মই সোহনক ভালকৈ জানো
पर्यायवाची : ঠিককৈ, নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালমতে
इंस्टॉल करें