सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
उदाहरण : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
पर्यायवाची : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
अर्थ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
उदाहरण : আজি শচীনে ভাল খেলিলে
पर्यायवाची : বঢ়িয়া, ভাল
अर्थ : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
उदाहरण : মোৰ ধেমালিবোৰ ভালদৰে লʼব
पर्यायवाची : ভালধৰণে
अर्थ : পৰিচিত ৰূপত
उदाहरण : মই মহেশক ভালদৰে জানোঁ
अर्थ : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
उदाहरण : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
इंस्टॉल करें