पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভালপোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভালপোৱা   বিশেষ্য

अर्थ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ

उदाहरण : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়

पर्यायवाची : মৰম

अर्थ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

उदाहरण : প্রেম নিস্বার্থ ্ হʼব লাগে

पर्यायवाची : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত

अर्थ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

उदाहरण : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

पर्यायवाची : অনুৰাগ, প্রণয়, প্রীতি, প্রেম

चौपाल