अर्थ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
उदाहरण :
সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
पर्यायवाची : ভাড়া
अर्थ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
उदाहरण :
ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান
पर्यायवाची : পৰিবহন ভাৰা, ভাড়া