सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো ভয়েৰে ভৰি আছে
उदाहरण : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
पर्यायवाची : ভীতিজনক, ভয়ংকৰ, ভয়ানক, ভয়াবহ, শংকাজনক
अर्थ : প্রয়োজনতকৈ অধিক
उदाहरण : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
पर्यायवाची : অত্যধিক, ভয়ংকৰ, ভয়ানক
अर्थ : যি অন্তৰ বিদাৰণ কৰে
उदाहरण : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল
पर्यायवाची : ঘোৰ, দাৰুণ, ভয়ঙ্কৰ
अर्थ : বহুত গভীৰ পৰিণতিযুক্ত
उदाहरण : হত্যা এক ঘোৰ অপৰাধ
पर्यायवाची : ঘোৰ, ডাঙৰ, ভয়ংকৰ
इंस्टॉल करें