अर्थ : ভূটানৰ অধিবাসী
उदाहरण :
ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
पर्यायवाची : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
अर्थ : ভূটান দেশৰ ভাষা
उदाहरण :
ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
अर्थ : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
उदाहरण :
তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
अर्थ : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
उदाहरण :
মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে