अर्थ : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
उदाहरण :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
पर्यायवाची : সজ্জিত
अर्थ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
उदाहरण :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
पर्यायवाची : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, সজ্জিত