सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
उदाहरण : তেওঁ বেদীত বহি কথা কৈ আছে
पर्यायवाची : বেদিকা, বেদী
अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
उदाहरण : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
पर्यायवाची : উপঢৌকন, পাৰিতোষিক
अर्थ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
उदाहरण : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
पर्यायवाची : উঁহ, গুৰি, বুনিয়াদ
इंस्टॉल करें