अर्थ : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা
उदाहरण :
তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে
पर्यायवाची : প্রলাপ বকা, ভুল বকা
अर्थ : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা
उदाहरण :
কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল
अर्थ : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা
उदाहरण :
সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে
पर्यायवाची : বেলবেলোৱা