सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
उदाहरण : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
पर्यायवाची : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
अर्थ : ঘূৰা-ফুৰা কার্য
उदाहरण : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
पर्यायवाची : চলা-ফুৰা, বিচৰণ
अर्थ : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
उदाहरण : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
पर्यायवाची : চফৰ, যাত্রা
अर्थ : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
उदाहरण : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
इंस्टॉल करें