सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरण : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
पर्यायवाची : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, সঁ্জাত, সঞ্জাত
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरण : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
अर्थ : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে
उदाहरण : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে
पर्यायवाची : আশা
इंस्टॉल करें