सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মূৰৰ ভিতৰৰ সাৰ অংশ
उदाहरण : মগজুৰ সংৰচনা বৰ জটিল
पर्यायवाची : ঘিউ, মস্তিষ্ক, মাথা
अर्थ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
उदाहरण : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
पर्यायवाची : চিত্ত, পেট, মন, মানস
अर्थ : মগজ সম্বন্ধীয়
उदाहरण : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
पर्यायवाची : মস্তিষ্ক, মূৰ
इंस्टॉल करें