अर्थ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
उदाहरण :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
पर्यायवाची : পাৰিশ্রমিক
अर्थ : মজদুৰে পোৱা পাৰিশ্রমিক
उदाहरण :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
अर्थ : পাৰিশ্রমিকৰ দান
उदाहरण :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
पर्यायवाची : পাৰিশ্রমিক, বানচ