अर्थ : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান
उदाहरण :
নেতাজী মঞ্চৰ ওপৰত আছিল
पर्यायवाची : ষ্টেজ
अर्थ : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ
उदाहरण :
মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে
पर्यायवाची : বেদী