पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মঞ্জুৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মঞ্জুৰ   বিশেষ্য

अर्थ : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি

उदाहरण : সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে

पर्यायवाची : অনুমোদন, সমর্থন, সর্বসন্মতি

अर्थ : নিজৰ কৰা বা গ্রহণ কৰা কার্য

उदाहरण : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে

पर्यायवाची : গ্রহণ, স্বীকাৰ

মঞ্জুৰ   বিশেষণ

अर्थ : যাৰ সহমত লাভ কৰিছে

उदाहरण : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

पर्यायवाची : অনুমোদনপ্রাপ্ত, অনুমোদিত, সমর্থন্্প্রাপ্ত, স্বীকৃত

चौपाल