पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মডেল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মডেল   বিশেষ্য

अर्थ : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ

उदाहरण : মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা

अर्थ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

उदाहरण : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

पर्यायवाची : আর্হি, নমুনা

अर्थ : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি

उदाहरण : মডেলো এক প্রকাৰৰ কলাকাৰ

चौपाल