पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মণিপুৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মণিপুৰী   বিশেষ্য

अर्थ : মণিপুৰত কোৱা ভাষা

उदाहरण : তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে

अर्थ : মণিপুৰৰ অধিবাসী

उदाहरण : আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল

মণিপুৰী   বিশেষণ

अर्थ : মণিপুৰত থকা বা বসতি কৰা

उदाहरण : কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব

अर्थ : মণিপুৰৰ সৈতে সম্বন্ধ থকা

उदाहरण : আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ

अर्थ : মণিপুৰী ভাষাত ৰচিত

उदाहरण : তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?

चौपाल