सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
उदाहरण : এইখন বিয়াৰ ৰভা
पर्यायवाची : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
अर्थ : একপ্রকাৰৰ ডাঙৰ তম্বু
उदाहरण : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
पर्यायवाची : চন্দ্রতাপ, চামিয়ানা
अर्थ : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
उदाहरण : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
पर्यायवाची : ৰভা ঘৰ, ৰভাস্থলী
इंस्टॉल करें