सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
उदाहरण : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
पर्यायवाची : বিচাৰ, ৰায়
अर्थ : ঋষি আদিৰ মান্য উপদেশ
उदाहरण : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
पर्यायवाची : বাদ, সিদ্ধান্ত
अर्थ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
उदाहरण : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
पर्यायवाची : বাদ, মতবাদ, সিদ্ধান্ত
अर्थ : মনত উদয় হোৱা কথা
उदाहरण : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
पर्यायवाची : খিয়াল, খেয়াল, বিচাৰ
इंस्टॉल करें