पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মত   বিশেষ্য

अर्थ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

उदाहरण : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

पर्यायवाची : বিচাৰ, ৰায়

अर्थ : ঋষি আদিৰ মান্য উপদেশ

उदाहरण : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

पर्यायवाची : বাদ, সিদ্ধান্ত

अर्थ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

उदाहरण : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

पर्यायवाची : বাদ, মতবাদ, সিদ্ধান্ত

अर्थ : মনত উদয় হোৱা কথা

उदाहरण : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

पर्यायवाची : খিয়াল, খেয়াল, বিচাৰ

चौपाल