पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মতা   বিশেষ্য

अर्थ : মানৱ জাতিৰ মতা

उदाहरण : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

पर्यायवाची : পুৰুষ, মতা মানুহ, মুনিহ, মৰদ

अर्थ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

उदाहरण :

पर्यायवाची : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, স্বামী

মতা   ক্ৰিয়া

अर्थ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা

उदाहरण : আইতাই ককাক ইংগিতেৰে মাতি আছে

अर्थ : নামেৰে জনা

उदाहरण : মানুহে গান্ধীজীক বাপু বুলিও কয়

पर्यायवाची : কোৱা

अर्थ : আমন্ত্রণ জনোৱা

उदाहरण : তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে

पर्यायवाची : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা

अर्थ : শ্্ব্দ কৰি মতা কার্য

उदाहरण : মায়ে তোমাক মাতি আছে

पर्यायवाची : ডাক দিয়া, ডাকা, মাত দিয়া

अर्थ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা

उदाहरण : ৰাতিপুৱা চৰায়ে মাতে

अर्थ : কোনো পৰিচিতৰ লগত কথা কোৱা

उदाहरण : আজিকালি শীলাই মোক নামাতে

चौपाल