सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
उदाहरण : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
पर्यायवाची : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মনীষা, মেধা
अर्थ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
उदाहरण : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
पर्यायवाची : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মেধা
अर्थ : সাগৰগর্ভত ্ পোৱা এবিধ মূল্যৱান ৰত্ন
उदाहरण : গীতাই মুকুতাৰ আঙঠি পিন্ধিছে
पर्यायवाची : মুকুতা, মুকুতা-মণি, মুক্তা, মুক্তিকা, মৌক্তিক, মৌতি
इंस्टॉल करें