सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চেনি আৰু মৌৰ দৰে সোৱাদৰ
उदाहरण : এই ফলটো বৰ মিঠা
पर्यायवाची : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
अर्थ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
उदाहरण : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
पर्यायवाची : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
अर्थ : মন ভাল লগাব পৰা
उदाहरण : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
पर्यायवाची : মিঠা
इंस्टॉल करें