सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰুচিৰ অনুকূল বা ভাল লগা
उदाहरण : এইয়া মোৰ পচন্দৰ খাদ্য
पर्यायवाची : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনোমত, ৰুচিকৰ
अर्थ : যিটো নিজৰ মনৰ অনুযায়ী কৰা হৈছে
उदाहरण : এজন ডাঙৰ বিষয়াই নিজৰ বিভাগত কিছুমান মনপচন্দৰ নিযুক্তি দিলে
इंस्टॉल करें