पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মনে মনে शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মনে মনে   ক্ৰিয়া বিশেষণ

अर्थ : মৌন ৰূপেৰে

उदाहरण : আপুনি ইয়াত মনে মনে বহি থাকক

पर्यायवाची : অগোচৰে, অজ্ঞাতসাৰে, অপ্রকাশ্যে, আঁতে আঁতে, আঁৰলে-নিৰলে, আঁৰে আঁৰে, আলচুলকৈ, কোনেও নজনাকৈ, গুপ্তভাৱে, গোপনে, চুপ-চাপ, চুপে-চাপে, চোৰাংকৈ, টিপতে, ঠাৰে-চিয়াঁৰে, ঠাৰে-ঠোৰে, তলে তলে, থাপ-থোপকৈ, থুপে থাকে, থোপে-গোপে, পেটে পেটে, ভিতৰি ভিতৰি, ভিতৰে ভিতৰে, লুকঢাককৈ, লুকাই লুকাই, লুকাই-চুৰকৈ, শান্তভাৱে, সংগোপনে, সংগোপে, সুত কৰে, সুতুক কৰে, সুৰুক কৰে

अर्थ : কাকো একো নোকোৱাকৈ

उदाहरण : অবৈধ কাম মনে মনেই কৰে

पर्यायवाची : গোপনভাৱে, লুকাই চুৰকৈ

चौपाल