सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মনে কিদৰে নিজৰ কাম কৰে সেই বিষয়ে অধ্যয়ন কৰা বিজ্ঞান
उदाहरण : মনোবিজ্ঞান এবিধ অতি ্আকর্ষণীয় বিষয়
पर्यायवाची : মনো বিজ্ঞান, মনো-বিজ্ঞান
अर्थ : যি শাস্ত্রত মানুহৰ মনৰ প্রবৃত্তি বা মনত উদয় হোৱা ভাব-কল্পনাৰ বিচাৰ-বিবেচনা কৰা হয়
उदाहरण : তেওঁ মনোবিজ্ঞানৰ ছাত্র
पर्यायवाची : ছাইকʼলজী, মনোবিদ্যা
इंस्टॉल करें