अर्थ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
उदाहरण :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
पर्यायवाची : ভাব, মনোভাবনা, মানসিক ভাব
अर्थ : মনৰ অৱস্থা
उदाहरण :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
पर्यायवाची : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা