पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মন্দ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মন্দ   বিশেষ্য

अर्थ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

उदाहरण : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

पर्यायवाची : নি্র্যাস, ৰস

মন্দ   বিশেষণ

अर्थ : যি প্রবল নহয়

उदाहरण : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

पर्यायवाची : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া

अर्थ : ভালৰ ওলোটা বা বিপৰীত

उदाहरण : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

पर्यायवाची : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া

अर्थ : যাৰ শক্তি আৰু গতি কমি গৈছে

उदाहरण : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে

पर्यायवाची : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ

चौपाल