अर्थ : মূল্য বা দাম কম হোৱা কার্য ্বা ভাৱ
उदाहरण :
বজাৰত এতিয়া মন্দা অৱস্থা চলি আছে
पर्यायवाची : মন্দা
अर्थ : বজাৰত বিক্রী কম হোৱা কার্য ্বা অৱস্থা
उदाहरण :
শেয়াৰ বজাৰত হঠাৎ অহা মন্দাৰ কাৰণে তেওঁ বহুত ্লোকচান ভৰিলে
पर्यायवाची : মন্দা