पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মন্দিৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মন্দিৰ   বিশেষ্য

अर्थ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়

उदाहरण : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে

पर्यायवाची : আলয়, আশ্রম

अर्थ : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়

उदाहरण : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়

पर्यायवाची : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল

अर्थ : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ

उदाहरण : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়

पर्यायवाची : দʼল, দেৱগৃহ, দেৱালয়, দৌল, ধর্মমন্দিৰ

चौपाल