पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মহত্ত্বপূর্ণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মহত্ত্বপূর্ণ   বিশেষণ

अर्थ : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে

उदाहरण : আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি

पर्यायवाची : ওজন, গুৰুত্বপূর্ণ

अर्थ : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে

उदाहरण : আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে

पर्यायवाची : অর্থপূর্ণ, গুৰুত্বপূর্ণ

चौपाल