अर्थ : বেদব্যাসে ৰচনা কৰা সংস্কৃত মহাকাব্য যʼত কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ বর্ণ্্না আছে
उदाहरण :
মহাভাৰতৰ অনুবাদ ভালেমান ভাষাত হৈছে
अर्थ : কুৰুক্ষেত্রত কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা যুদ্ধ
उदाहरण :
মহাভাৰতত ভগৱান কৃষ্ণ অর্জুনৰ ্সাৰথি হৈছিল
पर्यायवाची : মহাভাৰত যুদ্ধ