सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে
उदाहरण :
पर्यायवाची : অবলা, তিৰী, তিৰোতা, নাৰী, মহিলা, মানৱী, স্ত্রী
अर्थ : যি মাইকী জাতিৰ হয়
उदाहरण : ছাগলী, শিয়ালী, বান্দৰী আদিবোৰ মাইকী
पर्यायवाची : স্ত্রী
अर्थ : স্ত্রী জাতিৰ
उदाहरण : ছাগলী এবিধ মাইকী চাৰিঠেঙীয়া জন্তু
इंस्टॉल करें