सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
उदाहरण : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
पर्यायवाची : ধৰাতল, ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, স্থলভাগ
अर्थ : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
उदाहरण : ইয়াৰ মাটি বৰ ভাল
पर्यायवाची : ভূমি, মৃত্তিকা, মৃৎ
अर्थ : পানী নথকা ভূমি ভাগ
उदाहरण : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
पर्यायवाची : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, স্থল, স্থলভূমি
इंस्टॉल करें