सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
उदाहरण : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
पर्यायवाची : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, মূৰ, শিৰ
अर्थ : মূৰৰ ভিতৰৰ সাৰ অংশ
उदाहरण : মগজুৰ সংৰচনা বৰ জটিল
पर्यायवाची : ঘিউ, মগজু, মস্তিষ্ক
अर्थ : শৰীৰৰ যি অংশত মগজু থাকে
उदाहरण : মোহনৰ মূৰত চুলি নাই
पर्यायवाची : মূৰ, শিৰ
इंस्टॉल करें