सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
उदाहरण : এইটো এক লিটাৰৰ মাপক
पर्यायवाची : মাপ, মাপক উপকৰণ
अर्थ : ভৰ, আয়তন আদি জোখা একক
उदाहरण : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
पर्यायवाची : মাপ
अर्थ : দৈর্ঘ ্জোখা মাপনি বিশেষ যাৰ এফালে চেণ্টিমিটাৰ তথা মিলিমিটাৰ আৰু অন্যফালে ইঞ্চি তথা ফুটৰ ক্রমিক চিহ্ন দিয়া থাকে
उदाहरण : সৰু স্কেল ছয় ইঞ্চিৰ হয়
पर्यायवाची : ইস্কেল, স্কেল
इंस्टॉल करें