सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
उदाहरण : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
पर्यायवाची : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, শিষ্ট, সভ্য, ৰুচিবান
अर्थ : যিটো অশ্লীল নহয়
उदाहरण : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে
पर्यायवाची : ভাল, শ্লীল
इंस्टॉल करें