अर्थ : কাঁচ, মাটি আদিৰে তৈয়াৰী সৰু গোলাকাৰ খেলৰ সামগ্রী, যিটো সৰু লʼৰা-ছোৱালীয়ে খেলি ভাল পায়
उदाहरण :
সৰু লʼৰা-ছোৱালীবোৰে মার্বল খেলি আছে
पर्यायवाची : বিৰিংগুটি
अर्थ : এবিধ খুউব উজ্জ্বল, ধুনীয়া বগা পাথৰ
उदाहरण :
তাজমহল মার্বল ্ পাথৰেৰে নির্মিত
पर्यायवाची : মর্মৰ প্রস্তৰ, মার্বল ্পাথৰ