अर्थ : যি লিপিত মালায়ালম ভাষা লিখা হয়
उदाहरण :
এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
पर्यायवाची : মালায়ালম লিপি
अर्थ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
उदाहरण :
মই মালয়ালম কʼব পাৰোঁ
पर्यायवाची : মালয়ালম