सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
उदाहरण : এমাহত এই কামটো হৈ যাব
पर्यायवाची : দুইপক্ষ, মাহ
अर्थ : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
उदाहरण : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
पर्यायवाची : ত্রিশ দিন, মাহ
अर्थ : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ
उदाहरण : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে
पर्यायवाची : মঙহ, মাংস
अर्थ : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ
उदाहरण : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে
इंस्टॉल करें