पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মাৰাঠী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মাৰাঠী   বিশেষ্য

अर्थ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা

उदाहरण : ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে

पर्यायवाची : মাৰাঠী ভাষা

अर्थ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী

उदाहरण : কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু

पर्यायवाची : মহাৰাষ্ট্রী

মাৰাঠী   বিশেষণ

अर्थ : মহাৰাষ্ট্রত থকা বা বসতি কৰা

उदाहरण : সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে

पर्यायवाची : মহাৰাষ্ট্রী

अर्थ : যাৰ মাতৃভাষা মাৰাঠী

उदाहरण : তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে

अर्थ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरण : মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত

अर्थ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ

उदाहरण : নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে

चौपाल