अर्थ : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা
उदाहरण :
স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়
पर्यायवाची : মিচন
अर्थ : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল
उदाहरण :
মিছন নিজৰ উদ্দেশ্যত সফল হʼল
पर्यायवाची : মিচন