अर्थ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
उदाहरण :
টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
अर्थ : দৈর্ঘ্য জোখাৰ এক মাপ
उदाहरण :
কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
अर्थ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
उदाहरण :
মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
अर्थ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
उदाहरण :
এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
पर्यायवाची : গতিমাপক, স্পীডোমিটাৰ