अर्थ : এবিধ মিঠা কন্দ বা মূল
उदाहरण :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
पर्यायवाची : মিঠাআলু
अर्थ : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
उदाहरण :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
पर्यायवाची : মিঠাআলু, মিঠাআলুৰ গছ