अर्थ : মিশ্রণ কৰা বা মিহলোৱা কার্য
उदाहरण :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
पर्यायवाची : মিহলি
अर्थ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
उदाहरण :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
पर्यायवाची : সংমিশ্রণ