अर्थ : এটা বস্তুৰ লগত আন বস্তু মিলি এক হোৱা
उदाहरण :
ইয়াত বিভিন্ন প্রকাৰৰ শস্য মিহলি হৈ আছে
पर्यायवाची : মিক্স হোৱা, মিলি থকা, মিহল হোৱা, লগ-লাগি থকা
अर्थ : কিহবাৰ সৈতে মিলি থকা কার্য
उदाहरण :
তেল পানীত কেতিয়াও নিমিহলে
पर्यायवाची : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি কৰা, সংমিশ্রিত হোৱা