पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মুক্ত হোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মুক্ত হোৱা   ক্ৰিয়া

अर्थ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা

उदाहरण : ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে

पर्यायवाची : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা

अर्थ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

उदाहरण : মাছবোৰ জালৰ পৰা এৰাই গʼল

पर्यायवाची : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা

अर्थ : এৰি দিয়া

उदाहरण : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

पर्यायवाची : ওলোৱা

चौपाल