अर्थ : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে
उदाहरण :
অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল
अर्थ : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ
उदाहरण :
এই দূর্গটোৰ মুখ উত্তৰফালে আছে
अर्थ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি
उदाहरण :
এই বটলটোৰ মুখখন বহুত পাতল
अर्थ : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে
उदाहरण :
ভয়তে তেওঁৰ মুখৰ মাত হৰিল
पर्यायवाची : মুখগহ্বৰ
अर्थ : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়
उदाहरण :
এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে