पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মুখ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মুখ   বিশেষ্য

अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

उदाहरण : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

पर्यायवाची : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

अर्थ : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

उदाहरण : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

अर्थ : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

उदाहरण : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

अर्थ : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

उदाहरण : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

पर्यायवाची : গৰাহ, টেপা, মোকোৰা

अर्थ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

उदाहरण : এই বটলটোৰ মুখখন বহুত পাতল

अर्थ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

उदाहरण : মই সাতটা পেটক ভৰাব লাগে

पर्यायवाची : পেট

अर्थ : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

उदाहरण : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

पर्यायवाची : মুখগহ্বৰ

अर्थ : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

उदाहरण : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে

चौपाल